Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: বিজেপিৰ যোগদান সভা অনুষ্ঠিত, উপস্থিত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়

Bijni Part, Chirang | Sep 8, 2025
আজি চিৰাং জিলাৰ থুৰিবাৰীত বিজেপিৰ এক যোগদান সভা অনুষ্ঠিত হয় আজিৰ এই যোগদান সভাত অৰ্ধ শতাধিক ধৰ্মীয় সংখ্যালঘু লোকে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত বিজনী বিধানসভা সমষ্টিৰ বিধায়ক তথা আগন্তুক থুৰিবাৰী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ে বিজেপি দলত যোগদান কৰা ভোটাৰ সকলক বিজেপি দললৈ আদৰনী জনায়,আজিৰ এই যোগদান সভাত অজয় কুমাৰ ৰায়ৰ সৈতে দলীয় বিষয় ববিয়া আৰু কাৰ্য কৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us