This browser does not support the video element.
নগাঁও: ধিঙৰ উধানতলাত ধিং আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী, ৬টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ
Nagaon, Nagaon | Sep 5, 2025
ধিঙৰ উধানতলাত ধিং আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ তিনিটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ছাদিকুল ইছলাম, ৰুহুল আমিন আৰু মফিজুল । তিনি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৬টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ। ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘ দিন ধৰি জিলা খনৰ পশ্চিমা অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি সন্ত্রাসৰ সৃষ্টি কৰি আহিছিল । আধিক তথ্যৰ বাবে ধিং আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰীক।