Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: মুখ্যমন্ত্ৰী , প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে বৰুৱা চাৰিআলিৰ সমীপত KMSS, SMSS প্ৰতিবাদ , আৰক্ষীৰ বাধা

Jorhat West, Jorhat | Sep 4, 2025
মুখ্যমন্ত্ৰী , প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে বৰুৱা চাৰিআলিৰ সমীপত KMSS, SMSS প্ৰতিবাদ । আৰক্ষীৰ বাধা । যোৰহাটৰ বৰুৱা চাৰিআলিৰ সমীপত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । সহযোগিতা আগবঢ়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । প্ৰতিবাদ স্থলীত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধান মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ।
Read More News
T & CPrivacy PolicyContact Us