Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: দৰঙৰ চকীয়াপাৰা ননৈঘাট দূৰ্গা মন্দিৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰতি কৰ্মশালা , উপস্থিত থাকে বিধায়ক

Mangaldoi Part, Darrang | Aug 25, 2025
দৰঙৰ চকীয়াপাৰা ননৈঘাট দূৰ্গা মন্দিৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰতি কৰ্মশালা পশ্চিম দৰং দুৰ্গা পূজা উদযাপন সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আৰু ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ সহযোগত অনুষ্ঠিত হয় উক্ত আৰতি কৰ্মশালা। চকীয়াপাৰা ননৈঘাট দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত কৰ্মশালা খন উদ্বোধন কৰে স্থানীয় বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে।
Read More News
T & CPrivacy PolicyContact Us