Download Now Banner

This browser does not support the video element.

নগাঁও: কামপুৰ মহগৰীয়াআটিত অঘটন,সৰ্প দংশনত মৃত্যু এজন লোকৰ

Nagaon, Nagaon | Sep 11, 2025
কামপুৰ মহগৰীয়াআটিত অঘটন ৷ সৰ্প দংশনত মৃত্যু এজন লোকৰ ৷কামপুৰ মহগৰীয়াআটিত বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ মান বজাত সৰ্প দংশনত মৃত্যু এজন লোকৰ ৷ পথাৰত ঘাঁহ কাটিব যাওঁতেই বিষাক্ত সৰ্পই দংশন কৰে লোকজনক ৷ লগে লগে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষনা কৰে লোকজনক ৷ মৃত লোক জনৰ নাম জিনাৰাম নাথ ৷ লোক জনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।
Read More News
T & CPrivacy PolicyContact Us