Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈত কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত কংগ্ৰেছৰ জেষ্ঠ নেতা ৰিপুন বৰা,চায়েদা হামিদাই দিয়া মন্তব্য সংবিধান বিৰোধী

Mangaldoi Part, Darrang | Aug 28, 2025
বৃহস্পতিবাৰে দৰং জিলা কংগ্ৰেছৰ এক কৰ্মী সভাত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰিপুন বৰা। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত কংগ্ৰেছ নেতা ৰিপুন বৰাই চায়েদা হামিদাই দিয়া মন্তব্য সংবিধান বিৰোধী, অসমীয়া জাতিৰ বিৰোধী মন্তব্য। গতিকে হামিদাই কৰা মন্তব্য কংগ্ৰেছে বিৰোধিতা কৰে বুলি মত পোষণ কৰে।
Read More News
T & CPrivacy PolicyContact Us