Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: কা আন্দোলনৰ গোচৰত শিৱসাগৰত ৰাইজৰ দলৰ কেইবাজনো কৰ্মীক ন্যায়লয়ে দোষমুক্ত ঘোষণা কৰে

Sibsagar, Sivasagar | Sep 10, 2025
কা আন্দোলনৰ গোচৰত শিৱসাগৰত ৰাইজৰ দলৰ কেইবাজনো কৰ্মীক ন্যায়লয়ে দোষমুক্ত ঘোষণা কৰে । প্ৰায় তিনিটা বছৰ শিৱসাগৰৰ ন্যায়লয়ত চলি আছিল বিচাৰ । অৱশেষত শিৱসাগৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে দোষমুক্ত ঘোষণা কৰে এই কেইগৰাকী ব্যক্তিক ।
Read More News
T & CPrivacy PolicyContact Us