Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: আমাৰ জন্মভূমিত আমাৰ প্ৰভুত্ব থাকিবই লাগিব, "এনেদৰে কা"ৰ বিৰোধিতাৰ নগৰৰ ষ্টেডিয়ামৰ পৰা প্ৰতিবাদী সমদল বীৰ লাচিত সেনাৰ

Jorhat West, Jorhat | Sep 9, 2025
আমাৰ জন্মভূমিত আমাৰ প্ৰভুত্ব থাকিবই লাগিব । এনেদৰে কাৰ বিৰোধিতাৰ ষ্টেডিয়ামৰ পৰা প্ৰতিবাদী সমদল বীৰ লাচিত সেনাৰ।"কা" বাতিলক লৈ পুনৰ প্ৰতিবাদত নামিল বীৰ লাচিত সেনা। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লোৱা হঠকাৰী সিধান্তৰ বিৰোধীতা কৰি আজি যোৰহাটত সংগঠনটোৱে প্ৰতিবাদী সমদল উলিয়াই ।প্ৰতিবাদী কাৰ্যসূচীত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকনৰ অংশ গ্ৰহণ।
Read More News
T & CPrivacy PolicyContact Us