Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: খটৰা সত্ৰত অসম গণ পৰিষদৰ বিশেষ সাধাৰন সভা, উপস্থিত বিধায়ক

Mangaldoi Part, Darrang | Aug 28, 2025
খটৰা সত্ৰৰ প্ৰেক্ষাগৃহত অসম গণ পৰিষদৰ ছিপাঝাৰ সমষ্টিৰ ২৬ খন আঞ্চলিক আৰু ১ খন নগৰ সমিতি ৰ বিশেষ সাধাৰণ সভা অনুষ্ঠিত হয়।উক্ত সভাত অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক তথা পশ্চিম গুৱাহাটী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, , দৰং জিলাৰ সভাপতি কমলেশ্বৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা,কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু ছিপাঝাৰ সমষ্টিৰ আঞ্চলিকৰ সভাপতি সম্পাদক সহ প্ৰতিনিধি সকলৰ উপস্থিতিত ছিপাঝাৰ সমষ্টি সমিতিৰ সভাপতিৰ দায়িত্ব হিৰেণ্য বৰুৱা, কাৰ্যকৰী সভাপতি শ্ৰী চণ্ডীচৰন চৌধুৰী
Read More News
T & CPrivacy PolicyContact Us