Install App
bdnews
This browser does not support the video element.
বাঘবৰ: মন্দিয়াত মন্দিয়া আৰু চেঙা সমষ্টিৰ ব্লক সভাপতি আৰু মণ্ডল সভাপতি সকলৰ পৰ্যালোচনা সভাত সাংসদ ৰকিবুল হুছেইনৰ অংশ গ্ৰহণ
Baghbor, Barpeta | Oct 10, 2025
বৰপেটা জিলা কংগ্ৰেছৰ উদ্যোগত মন্দিয়া আৰু চেঙা সমষ্টিৰ অন্তৰ্গত ব্লক সভাপতি আৰু মণ্ডল সভাপতি সকলৰ সৈতে এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । পৰ্যালোচনা সভাখনত উপস্থিত থাকি ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে আগন্তুক নিৰ্বাচন সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়ায় । পৰ্যালোচনা সভাখনত ব্লক সভাপতি আৰু মণ্ডল সভাপতি সকলৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপত্ৰ আব্দুল আজিজেও উপস্থিত থাকে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!