This browser does not support the video element.
নগাঁও: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া বিধায়ক ৰূপক শৰ্মাৰ
Nagaon, Nagaon | Oct 6, 2025
জুবিন গাৰ্গ এজন শিশুৰ দৰে, জুবিন গাৰ্গ শুই থাকিলে জগাবলৈ মৰম কৰিব লাগে, জুবিন গাৰ্গে একোৱেই নাজানে। জুবিন গাৰ্গ জিয়াই থাকোঁতেই কোনেও গম পোৱা নাছিল যে তেওঁ কিমান বিশাল মনৰ এজন ব্যক্তি। জুবিন গাৰ্গৰ মৃত্যুত শোক স্তব্ধ হৈ অতিতৰ স্মৃতি ৰোমান্থন কৰি আবেগিক হৈ বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য জুবিন গাৰ্গৰ অন্তৰঙ্গ বন্ধু বিধায়ক ৰূপক শৰ্মাৰ ! ছিংগাপুৰৰ য়ত পাৰ্টিত থকা প্ৰতিজন প্ৰবাসী অসমীয়া জুবিন গাৰ্গৰ মৃত্যুত দোষী, তেওঁলোকে উচিত শাস্তি পাব লাগেঃবিধায়ক ৰূপক শৰ্মা !