বালাসিদ্ধিত এগৰাকী মহিলাক ১৫ জনীয়া দলে আক্ৰমণ কৰা ঘটনাৰ বুজ লয় বিধায়ক হেমাংগ ঠাকুৰীয়া। বিধায়ক হেমাংগ ঠাকুৰীয়া উপস্থিত হৈ মহিলা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় লগতে বিধায়ক হেমাংগ ঠাকুৰীয়াই ঘটনা সন্দৰ্ভত গুৰুত্বপূৰ্ন আলোচনা কৰে ,উল্লেখ্য যে কেইদিন মান পূর্বে এগৰাকী মহিলাক ১৫ জনীয়া এটি দলে লোহাৰৰ ৰদেৰে আক্ৰমণ কৰিছিল আৰু এই সমগ্ৰ ঘটনাৰ বুজ লবলৈ উপস্থিত হয় পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া