This browser does not support the video element.
দাংতল ৰাজহ চক্ৰ: কাজলগাঁৱত শতাধিক লোকৰ ইউপিপিএল দলত যোগদান উপস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম
India | Aug 28, 2025
আজি চিৰাং জিলাৰ কাজলগাঁওস্থিত কাজলগাঁও প্ৰাইমাৰী ইউপিপিএল কাৰ্যালয়ত এক যোগদান সভা অনুষ্ঠিত হয়, আজিৰ এই যোগদান সভাত শতাধিক লোকে ইউপিপিএল দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে ইউপিপিএল দলত যোগদান কৰে,আজিৰ এই যোগদান সভাত প্ৰাক্তন মন্ত্ৰী তথা আগন্তুক বিটিচি নিৰ্বাচনৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া সকল উপস্থিত থাকে।