Download Now Banner

This browser does not support the video element.

নগাঁও: গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত বাংলাদেশৰ উচ্চায়ুক্ত ৰুহুল আমিন,পৰিদৰ্শন কৰে গুৰুজনাৰ জন্মস্থান

Nagaon, Nagaon | Sep 10, 2025
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত উপস্থিত বাংলাদেশৰ উচ্চায়ুক্ত ৰুহুল আমিন।গুৰুজনাৰ জন্মস্থান পৰিদৰ্শন কৰি অভিভূত উচ্চায়ুক্ত গৰাকী।গুৰুজনাৰ থান পৰিদর্শনৰ লগতে বটদ্ৰৱা থানত থকা গুৰুজনাৰ সৃষ্টি আৰু কলা কৃষ্টি পৰিদৰ্শন উচ্চায়ুক্ত গৰাকীৰ।আকাশী গংগা আৰু নিৰ্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পও পৰিদৰ্শন কৰে ।আনহাতে থান পৰিচালনা সমিতিৰ লগত এক আলোচনাত মিলিত হয় উচ্চায়ুক্ত গৰাকীয়ে।বটদ্ৰৱা থানৰ পৰা চেলেং আৰু ফুলাম গামোছাৰে আদৰণি জনায় উচ্চায়ুক্ত গৰা
Read More News
T & CPrivacy PolicyContact Us