This browser does not support the video element.
হোজাই: জিলা সদৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনীৰ চেক বিতৰণ কাৰ্য্যসূচীত অংশগ্রহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Hojai, Hojai | Sep 2, 2025
হোজাই জিলা সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ খেলপথাৰত মংগলবাৰে পূৱা ১১:২০ মান বজাত চৰকাৰৰ মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনীৰ চেক বিতৰণ কাৰ্য্যসূচীত অংশগ্রহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হোজাই সমষ্টিৰ ৩১,৯১০ গৰাকী মহিলা হিতাধীকাৰিক প্ৰদান কৰা হয় ১০ হাজাৰ টকাকৈ চেক। উক্ত কাৰ্য্যসূচীত ৰাজ্যৰ মুখ্যমন্ত্রীৰ লগত উপস্থিত থাকে হোজাই জিলাৰ অভিভাৱক মন্ত্রী কেশৱ মহন্ত,সাংসদ কামাখ্যা প্ৰসাদ তাঁচা, বিধায়ক ক্ৰমে ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি।