This browser does not support the video element.
মৰিগাঁও: মৈৰাবাৰীত স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিলে এজন যুৱকক
Marigaon, Morigaon | Aug 23, 2025
মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰাবান্ধিত পৰকীয়া প্ৰেমৰ সন্দেহত ৰাইজে এজন যুৱকক ধৰি দিলে উত্তম মাধ্যম দিয়ে। ধিং গায়ন গাঁৱৰ দিলদাৰ নামৰ যুৱক জনে দীর্ঘ দিনৰ পৰা স্বামী নথকা এগৰাকী মহিলাৰ ঘৰত দিনে নিশাই সোমাই থকাত স্থানীয় ৰাইজৰ সন্দেহ ওপজে। পিছলৈ নিশাৰ ভাগত অঞ্চলটোৰ গাঁওৰক্ষী বাহিনীৰ সহযোগত যুৱক জনক মহিলা গৰাকীৰ ঘৰত সোমাই থকা অৱস্থাত উদ্ধাৰ কৰে আৰু আৰক্ষীক গতাই দিয়ে। স্থানীয় ৰাইজে জনোৱা মতে স্বামী নথকা মহিলা জনীৰ ঘৰত প্ৰায়েই নিশা উপস্থিত হয় দিলদাৰ।