Download Now Banner

This browser does not support the video element.

নগাঁও: জিলা চৰকাৰী পেঞ্চনাৰ ভৱনত সাধাৰণ সভাৰ আয়োজন সদৌ অসম সূত সন্মিলনৰ

Nagaon, Nagaon | Aug 31, 2025
নগাঁও চৰকাৰী পেঞ্চনাৰ ভৱনত সাধাৰণ সভাৰ আয়োজন ।সদৌ অসম সূত সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা সূত সন্মিলনৰ সহযোগত সাধাৰণ সভাখনৰ আয়োজন কৰা হয়।উল্লেখ্য যে সূত সন্মিলনৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ উদ্দেশ্য অনুষ্ঠানটিৰ আয়োজন কৰা হয় ।অনুষ্ঠানটিত নগাঁও জিলা সূত যুৱক সকলৰ উপস্থিতিত নগাওঁ জিলা পৰিষদ গঠন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us