Download Now Banner

This browser does not support the video element.

তামুলপুৰ: পূৱ বাহবাৰী- আমবাৰী নুৰজ্যোতি সংঘৰ উদ্যোগত সোমবাৰে নিশা আয়োজিত সম্বৰ্দ্ধনা আৰু বটা বিতৰণী অনুষ্ঠানত উপস্থিত বিধায়ক

Tamulpur, Baksa | Sep 8, 2025
পূৱ বাহবাৰী- আমবাৰী নুৰজ্যোতি সংঘৰ উদ্যোগত সোমবাৰে নিশা প্ৰায় ৯ মান বজাত আয়োজিত সম্বৰ্দ্ধনা আৰু বটা বিতৰণী অনুষ্ঠানত উপস্থিত বিধায়ক জলেন দৈমাৰী। বিধায়ক গৰাকী উক্ত অনুষ্ঠানত উপস্থিত থাকি কৃতাৰ্থ আনন্দিত হয় ৷ সামাজিক সচেতনতাৰে স’তে আগবাঢ়ি আহি সমাজ উন্নয়নমূলক কামত ব্ৰতী হোৱা ডেকা বন্ধুৰ স’তে মত বিনিময় আৰু সময় অতিবাহিত কৰি সুখী অনুভৱ কৰে বিধায়ক গৰাকীয়ে । গ্ৰাম্য প্ৰতিভা বিকাশৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ ভূমিকাক শলাগ লয় বিধায়ক গৰাকীয়ে ।
Read More News
T & CPrivacy PolicyContact Us