Download Now Banner

This browser does not support the video element.

মৰঙী: দৈগ্ৰোঙত শতাধিক ৰাইজ ওলাই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন হিয়াৰ আমঠু জুবিনক,আকাশে বতাহে মুখৰিত হল মায়াবিনি

Morangi, Golaghat | Sep 21, 2025
দৈগ্ৰোঙত শতাধিক ৰাইজ ওলাই আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন হিয়াৰ আমঠু জুবিনক। আকাশে বতাহে মুখৰিত হল মায়াবিনি l দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত লোকে লোকাৰণ্য মৰঙি দৈগ্ৰোঙ। মৰমৰ হিয়াৰ আমঠু,নয়নৰ মণি জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ওলাই আহিল স্বত স্ফুট ভাবে l আকাশে বতাহে মুখৰিত হল মায়াবিনি l অশ্ৰু সিক্ত নয়নেৰে অনিচ্ছাস্বত্বেও সকলোৱে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলি প্ৰিয় শিল্পী গৰাকীক।
Read More News
T & CPrivacy PolicyContact Us