This browser does not support the video element.
ওদালগুৰি: কলাইগাঁওত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঘ্য অনুষ্ঠানৰ বাবে অনুষ্ঠিত হয় ৰাজহুৱা সভা
Udalguri, Udalguri | Oct 4, 2025
কলাইগাওঁ আছু আৰু যুৱছাত্ৰ পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত কলাইগাঁৱৰ সমাগত ২৮আৰু ২৯ অক্টোবৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কি দৰে অনুষ্ঠিত কৰা হ'ব আৰু লগতে ৫হাজাৰ মহিলাই একেলগে মায়াবিনী গীতটো পৰিবেশন কৰা সন্দৰ্ভত বিশদ ভাবে পৰ্যালোচনা কৰা হয়। ইপিনে সভাত জিলা আছুৰ সাধাৰণ সম্পাদক মাধুৰ্য শৰ্মা, ভিডিঅ' মনোজ বনিয়া, জিলা বিজেপিৰ সম্পাদক সুজিত সৰকাৰ প্ৰমুখ্যে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।