This browser does not support the video element.
মঙলদৈ ভাগ: ছিপাঝাৰৰ সেনাপতিপাৰাত শোঁকাবহ ঘটনা,পুখুৰীত গাঁ-ধুবলৈ গৈ পিতা-পুত্ৰই সাঁবটিলে কৰুণ মৃত্যুক
Mangaldoi Part, Darrang | Sep 8, 2025
পিতৃৰ সৈতে পুখুৰীত গাঁ-ধুবলৈ গৈছিল পাঁচ বছৰীয়া পুত্ৰ কৃষ্টিমান চহৰীয়া,কৃষ্টিমান চহৰীয়া নামৰ পাঁচ বছৰীয়া সন্তানটোৰ গাঁ-ধুই থকা অৱস্থাত ডুব গৈ সলিল সমাধি ঘটে ।পিতৃ ধীৰাজ চহৰীয়াও ডুঁব গৈছিল পুখুৰীত, সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত আই. চি. ইউ. ত ভৰ্তি পিতৃ ধীৰাজ চহৰীযয়া চিকিৎসালয়ত মৃত্যু হয়। পেছাত এগৰাকী টেট শিক্ষক আছিল ধীৰাজ চহৰীয়া।এই কৰুণ তথা হৃদয় বিদাৰক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ ছিপাঝাৰত