Download Now Banner

This browser does not support the video element.

গুৱাহাটী: কলাক্ষেত্ৰত অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান, উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Guwahati, Kamrup Metropolitan | Sep 3, 2025
অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠান কলাক্ষেত্ৰত ,উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সৰ্বমুঠ ৬টা শিতানত প্ৰদান কৰা হ'য় এই বঁটা।অসম অলিম্পিক সন্থাৰ উদ্যোগত দুবছৰৰ মূৰে মূৰে প্ৰদান কৰা হ'ব এই বঁটা ।ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে কলাক্ষেত্ৰত বৰ্ণাধ‍্য কাৰ্য‍্যসূচীৰে বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন।
Read More News
T & CPrivacy PolicyContact Us