This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈ চহৰৰ নিউ বাৰ্মা জুৱেলাৰীৰ পৰা মূল্যৱান আঙুঠি চোৰৰ ঘটনা
Margherita, Tinsukia | Sep 29, 2025
সোমবাৰে ডিগবৈ চহৰৰ নিউ বাৰ্মা জুৱেলাৰীৰ পৰা মূল্যৱান আঙুঠি চোৰৰ ঘটনা আঙুঠি কিনিবলৈ অহাৰ চলেৰে চুৰি কৰিলে গ্ৰাহকে। ষ্টকত কম পোৱাত চি চি কেমেৰাত প্ৰত্যক্ষ কৰাত চুৰি কাৰ্যৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে বুলি সংবাদ মাধ্যমৰ জৰিয়তে সন্ধ্যা প্ৰায় ৬.৩০ মিনিটত জানিবলৈ দিয়ে নিউ বাৰ্মা জুৱেলাৰীৰ স্বত্বাধিকাৰীয়ে ।