This browser does not support the video element.
কলগাছিয়া: কলগাছিয়াত অংগনৱাড়ী কেন্দ্ৰ খোলা ৰাখিবলৈ চিডিপিঅ' নিৰ্দেশ, কৰ্মী সকলৰ প্ৰতিক্ৰিয়া
Kalgachia, Barpeta | Sep 23, 2025
চৰকাৰে শিক্ষানুষ্ঠান প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ পিছতো কলগাছিয়াত অংগনৱাড়ী কেন্দ্ৰ খোলা ৰাখিবলৈ নিৰ্দেশ কৰ্মী সকলক। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি কোনো অনুকম্পা নোবোৱাৰ অভিযোগ কলগাছিয়াৰ চিডিপিঅ' ৰেজিয়া বেগমৰ বিৰুদ্ধে ।জুবিনক শ্ৰদ্ধা জনাই কেন্দ্ৰ বন্ধ ৰাখিলে কৰ্মীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা।