Download Now Banner

This browser does not support the video element.

বৰমা ভাগ: বৰপেটাৰোডত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ

India | Sep 8, 2025
সমগ্ৰ দেশৰ লগতে বৰপেটাৰোডতো উদযাপন কৰা হয় ভাৰতৰত্ন সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী।বৰপেটাৰোড পৌৰসভাৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত ব্ৰঞ্জৰ প্ৰতিমূৰ্তিত মাল্য অর্পণ কৰাৰ লগতে শ্রদ্ধা নিবেদন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় ড৹ ভূপেন হাজৰিকা অকল এজন ব্যক্তিয়ে নাছিল, তেওঁ এটা আছিল অনুষ্ঠান। সুধাকণ্ঠই গীতৰ মাজেৰে দেশ প্ৰেম স্বদেশ প্ৰেমৰ বাৰ্তা প্ৰদান কৰিছিল, তেখেতৰ প্ৰতিটো গীতৰ মাজতে লুকাই আছে বিশেষ অৰ্থ।
Read More News
T & CPrivacy PolicyContact Us