Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: এ টি ৰ'ডত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হোৱা দোকানসমূহৰ পৰিদৰ্শন বিধায়ক সঞ্জয় কিষাণৰ

Tinsukia, Tinsukia | Aug 23, 2025
তিনিচুকীয়াৰ এ টি ৰ'ডত শেহতীয়াভাৱে  ভয়াৱহ অগ্নিকাণ্ডৰ ফলত পাঁচখন দোকান ভস্মীভূত হয়।  শনিবাৰে বিয়লি প্ৰায় ৩ বজাত  উক্ত ঘটনাস্থলী পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় আৰু ভুক্তভোগী- অনেক্স ৰিটেইলৰ স্বত্বাধিকাৰী  জাকিৰ হুছেইন, অনেক্স ছ্যুজৰ স্বত্বাধিকাৰী জুলফিকৰ হুছেইন, নিউ ভাৰত ছ্যুজৰ স্বত্বাধিকাৰী  শ্বাহিন চুলতানা, মেছাৰ্চ আনন্দৰ স্বত্বাধিকাৰী নৰোত্তম আগৰৱাল, এ কে মজুমদাৰৰ স্বত্বাধিকাৰী  অঞ্জন মজুমদাৰৰ সৈতে ক্ষয় ক্ষতিৰ বুজ লয় ।
Read More News
T & CPrivacy PolicyContact Us