This browser does not support the video element.
লংকা: লামডিঙ লংকা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টানিংত পথচোৱা এফালে খহি যোৱাকলৈ ৰাইজ তথা গাড়ী চালকৰ মন্তব্য #jansamasya
Lanka, Hojai | Sep 13, 2025
লামডিং লংকা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এছ টানিংত পথ খহি যোৱাৰ ফলত বিধ্বস্থ পথে জ্বলা-কলা খুৱাইছে গাড়ী চালক সকলক৷এই সন্ধৰ্ভত শনিবাৰে দিনৰ প্ৰায় ২বজাত সংবাদ মাধ্যমত মন্তব্য ৰাইজ তথা চালকৰ।বৰষুণ হলেই বিপদ শংকুল অৱস্থাতে পাৰ হৈ শ শ বাহন৷ৰাইজ তথা গাড়ী চালকৰ অভিযোগ অনুসৰি অসম চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বনোৱা এই পথচোৱা বিভাগৰ হেমাহিৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ তথা গাড়ী চালক সকল৷ৰাইজ তথা গাড়ী চালকে অভিযোগ কৰা মতে নিৰ্মাণত চৰম বিসংগতি তথা দুৰ্নীতিৰ বা