This browser does not support the video element.
দলগাঁও ভাগ: শ্যামপুৰস্হিত S P Academy ৰ অধ্যক্ষৰ বিৰুদ্ধে ভূমি জালিয়তি কৰাৰ অভিযোগ,থানাত এজাহাৰ দাখিল
Dalgaon Part, Darrang | Aug 3, 2025
শ্যামপুৰত অৱস্থিত ব্যাক্তিগত খণ্ডৰ বিদ্যালয় SP Academy-ৰ অধ্যক্ষ আমিৰ হামজাৰ বিৰুদ্ধে বিদ্যালয়ৰ বাবে ভাড়া দিয়া মাটী জালিয়তি কৰি ৪ বিঘাৰ ঠাইত ৫ বিঘা কৰাৰ অভিযোগ মাটীৰ গৰাকী আতোৱাৰ ৰহমাৰ।অভিযোগ অনুসাৰে, বিদ্যালয়টোৰ অনুমোদিতৰ বাবে ৪ বিঘা মাটি ভাড়াত দিছিল যদিও পৰবৰ্তী সময়ত মাটিৰ গৰাকীয়ে বিদ্যালয়ৰ অনুমোদিতৰ বাবে দিয়া ভাড়া মাটী চুক্তি বাতিল কৰে। কিন্তু এই জন SP Academy-ৰ অধ্যক্ষ আমিৰ হামজাই আতোৱাৰ ৰহমাৰ একে দাগৰ ৫ বিঘা মাটি অবৈধ বাবে চিটিং কৰ