This browser does not support the video element.
টিয়ক: চটাইৰ দক্ষিণপাট সত্ৰত আজি বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে, ভিন্ন স্থানৰ প্ৰায় পাঁচ শতাধিক ভক্তৰ আগমন
Teok, Jorhat | Aug 24, 2025
চটাইৰ দক্ষিণপাট সত্ৰত আজি বিৰাজ কৰে আধ্যাত্মিক পৰিৱেশে । ভিন্ন স্থানৰ প্ৰায় পাঁচ শতাধিক ভক্তৰ আগমন । আজি ভাদ মাহৰ প্ৰথমটো দেওবাৰ । আজিৰ দিনটোত ভিন্ন স্থানৰ প্ৰায় পাঁচ শতাধিক ভক্তৰ আগমণ ঘটে চটাইৰ দক্ষিণপাট সত্ৰলৈ । সত্ৰাধিকাৰ প্ৰভূৰ চৰণত সেৱা লয় ভকত বৈষ্ণৱে।আধ্যত্মিক পৰিৱেশে জীপাল কৰে সত্ৰৰ প্ৰাংগণ । দক্ষিণ পাট সত্ৰত চাকি ধূপ দি নেদেখা জনৰ ওচৰত আশিষ লয়।