This browser does not support the video element.
ওদালগুৰি: পশ্চিমপটলা গাঁৱৰ শ্মশানস্থলীত স্মাৰ্ট ফেঞ্চিং নিৰ্মাণৰ শুভাৰম্ভনী কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে
Udalguri, Udalguri | Aug 23, 2025
ভেৰগাঁও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পশ্চিমপটলা গাঁৱৰ অৱস্থিত শ্মশানস্থলীত স্মাৰ্ট ফেঞ্চিং নিৰ্মাণৰ শুভাৰম্ভনী কৰা হয়। ইপিনে উক্ত স্মাৰ্ট ফেঞ্চিং নিৰ্মাণৰ শুভাৰম্ভনী কৰি উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে। আনহাতে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে শ্মশান পৰিচালনা সমিতিৰ সভাপতি/ সম্পাদকৰ লগতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।