Download Now Banner

This browser does not support the video element.

মানকাচৰ: সম্পূৰ্ণ নতুন পদ্ধতিৰে কোকৰাডাঙাত চলিছে ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াৰ কাম, ৫০০ মিটাৰ পৰ্য্যন্ত হ'ব জিঅ মেগা টিউবৰ কাম

Mankachar, South Salmara-Mankachar | Aug 30, 2025
শনিবাৰে আবেলি আনুমানিক ৪:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে জল সম্পদ বিভাগৰ উদ্যোগত চলি থকা মেগা জিঅ টিউব‌ত মাটি ভৰোৱাৰ বাবে মেচিন লগাই ব্ৰহ্মপুত্ৰৰ মাজৰ পৰা পাইপেৰে মাটি অনা কামৰ আৰাম্ভ কৰে। উল্লেখ্য যে কোকৰাডাঙাত সীমান্ত পথৰ ৫০০ মিটাৰ ঠাইত চলিছে জিঅ মেগা টিউবৰ কাম।
Read More News
T & CPrivacy PolicyContact Us