This browser does not support the video element.
নগাঁও: ধিঙৰ পার্শ্ববর্তী কমলসুঁতি চাপৰিত নাৰী দেহ ব্যৱসায়,ড্ৰাগছ সৰবৰাহৰ চলোৱাৰ অভিযোগ মাতাব্বৰৰ বিৰুদ্ধে ৰাইজৰ,মন্তব্য ৰাইজৰ
Nagaon, Nagaon | Sep 2, 2025
অসামাজিক কাৰ্যকলাপ ঘাটিলৈ পৰিণত হৈছে ধিঙৰ পার্শ্ববর্তী ব্ৰহ্মপুত্ৰৰ কমলসুঁতি চাপৰি,নাৰী দেহ ব্যৱসায়, ড্ৰাগছ সৰবৰাহকে ধৰি বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ মাতাব্বৰৰ এটা দলে চলাই আহাৰ অভিযোগ মঙলবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ৰাইজৰ,ছফিকুল ইছলাম, এমৰান ,বাৰেক, এবাদুৰ আৰু মজিবুৰকে ধৰি এটা ন মাতাব্বৰৰ দলে চলাই আহিছে দীৰ্ঘদিন ধৰি এই অসামাজিক কাৰ্যকলাপ ।নাবালিকা, কিশোৰী , যুৱতী আনি বিদ্যালয়ৰ ভিতৰতে নিশা হ'লে নাৰী দেহ ব্যৱসায় চলোৱাৰো গুৰুত্বৰ অভিযোগ ৰাইজৰ ।এই মাতাব্বৰৰ