Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ডিমাকুচিত নৱ নিৰ্মিত শীতলা মন্দিৰৰ শুভ উদ্বোধন কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে

Udalguri, Udalguri | Aug 26, 2025
জিলা খনৰ ডিমিকুচি চাহ বাগিচাৰ ১১ নং লাইনত অৱস্থিত শীতলা মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰা হয়।২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাংস্কৃতিক বিভাগৰ অধীনত নিৰ্মাণ কৰা শীতলা মন্দিৰটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে। আনহাতে উক্ত কাৰ্যসূচীত ইএম গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us