Download Now Banner

This browser does not support the video element.

দেৰগাঁও: মিছামৰাৰ লগতে বিভিন্ন স্থানত আবকাৰী বিভাগৰ অভিযানত ড্ৰামে ড্ৰামে এক হাজাৰ লিটাৰকৈ অধিক অবৈধ সুৰা জব্দ

Dergaon, Golaghat | Sep 26, 2025
শুক্ৰবাৰে বিয়লি প্ৰায় ৫ বজাত গোলাঘাট জিলাৰ আবকাৰী বিভাগৰ দেৰগাঁৱৰ দলটোৱে সমজিলাখনৰ মিছামৰা, বনগাঁও আদি অঞ্চলত চলোৱা অবৈধ সুৰা বিৰোধী তালাচী অভিযানত জব্দ ড্ৰামে ড্ৰামে সুৰা l এক হাজাৰ লিটাৰকৈ অধিক অবৈধ ভাবে ঘৰত তৈয়াৰ কৰা সুৰা জব্দ কৰে আবকাৰী বিভাগৰ দলটোৱে। জব্দাকৃত সামগ্ৰী সমূহ উক্ত স্থানতেই নষ্ট কৰে আবকাৰী বিভাগৰ দলটোৱে l
Read More News
T & CPrivacy PolicyContact Us