Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: চান্দা সংস্কৃতিৰ ক্ষেত্ৰত কঠোৰ যোৰহাট জিলা প্ৰশাসন,বলপূৰ্বক ভাৱে কোনেও সংগ্ৰহ কৰিব নোৱাৰিব ,KB ৰোডত মন্তব্য জিলাআয়ুক্তৰ

Jorhat West, Jorhat | Sep 1, 2025
চান্দা সংস্কৃতিৰ ক্ষেত্ৰত কঠোৰ যোৰহাট জিলা প্ৰশাসন । বলপূৰ্বক ভাৱে কোনেও সংগ্ৰহ কৰিব নোৱাৰিব টকা।মন্তব্য জিলা আয়ুক্তৰ।শেহতীয়াকৈ যোৰহাটত ধনদাবীৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই কঠোৰ হৈছে জিলা আয়ুক্ত জয় শিৱানী।চান্দা সংস্কৃতি বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে ,যি সকলে বলপূৰ্বক ভাৱে ধন সংগ্ৰহ কৰে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।
Read More News
T & CPrivacy PolicyContact Us