Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বনৰগাঁৱত বিপিএফৰ মনোনীত প্ৰাৰ্থী যুবিৰাজ বসুমতাৰীৰ মন্তব্য বনৰগাঁৱত বিজেপি, ইউপিপিএলৰ প্ৰাৰ্থী জয়ী নহয়

Kokrajhar Part, Kokrajhar | Sep 3, 2025
বুধবাৰ দিনা বিয়লি ৩ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ বনৰগাঁৱ পৰিষদিয় সমিষ্টি অন্তৰ্গত বনৰগাঁৱ সমূহিয়া ভৱনত উপস্থিত হৈ বিপিএফৰ মনোনীত প্ৰাৰ্থী যুবিৰাজ বসুমতাৰীয়ে কয় যে বনৰগাঁৱ পৰিষদিয় সমিষ্টিত বিজেপি বা ইউপিপিএলৰ প্ৰাৰ্থী কেতিয়াবা জয়ী নহয়,য়াত বিপিএফৰ প্ৰাৰ্থী বাহিৰে কোনোই জয়ী নহয় বুলি জানিবলৈ দিয়ে
Read More News
T & CPrivacy PolicyContact Us