Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খাগ্ৰাবাৰীত নৱনিৰ্মিত ছহিদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰি ৰাইজৰ সৈতে বাৰ্তালাপ কৰে ইএম দাউবাইচা বড়োৱে

Udalguri, Udalguri | Aug 25, 2025
জিলা খনৰ খাগ্ৰাবাৰীত ছহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহত এটি নতুনকৈ নিৰ্মাণ কৰা হয়। উল্লেখযোগ্য যে বিটিআৰৰ প্ৰতিটো পৰিষদীয় সমষ্টিত এটিকৈ এনে প্ৰেক্ষাগৃহত নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে বিটিআৰৰ চৰকাৰে। সেইদৰে ভেৰগাঁও পৰিষদীয় সমষ্টিৰ খাগ্ৰাবাৰীত নিৰ্মাণ কৰা ছহীদ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহটো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিটিআৰৰ ইএম দাউবাইচা বড়োয়ে। ইপিনে উক্ত কাৰ্যসূচীত ইএম গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us