Download Now Banner

This browser does not support the video element.

বাক্সা: ভোগপুৰত বিপিএফৰ যোগদান সভা অনুষ্ঠিত হয়

Baska, Baksa | Aug 28, 2025
বিটিআৰৰ বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ ভোগপুৰত আজি বিপিএফ দলৰ এখনি যোগদান সভা অনুষ্ঠিত হয়। সভাত বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অৰ্ধশতাধিক লোকে বিপিএফ দলত যোগদান কৰে। আজিৰ এই যোগদান সভাত বিপিএফ নেতা চৌগমচাৰ বড়োকে ধৰি কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে অংশগ্রহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us