Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চচলত উত্তাল প্ৰতিবাদ সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী, তীব্ৰ সমালোচনা চৰকাৰক

Guwahati, Kamrup Metropolitan | Sep 9, 2025
চচলত উত্তাল প্ৰতিবাদ সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী ।বিগত ৩ ছেপ্টেম্বৰৰ পৰা কেইবাটাও দাবীৰে উত্তাল কৰিছে চচলৰ ধৰ্না । উল্লেখযোগ্য এইসকল সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই বিভিন্ন সমস্যা সমাধানৰ দাবীৰে সাৰ্বস্ত কৰিছে চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ। মংগল বাৰেও স্বাস্থ্য বিভাগৰ পৰা সঁহাৰি নাপোৱাত তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে ।
Read More News
T & CPrivacy PolicyContact Us