Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: সদ্যঘোষিত ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাত জিলিকিল যোৰহাটৰ শিল্পীকা বৰদলৈ আৰু সঞ্জীৱ পৰাশৰে
Jorhat West, Jorhat | Aug 2, 2025
সদ্যঘোষিত ৭১সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ তালিকাত জিলিকিল যোৰহাটৰ শিল্পীকা বৰদলৈ আৰু সঞ্জীৱ পৰাশৰ । অসমৰ কেইবাগৰাকী শিল্পী , পৰিচালক , সমালোচকে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে দুয়োগৰাকীয়ে। শিল্পীকা বৰদলৈয়ে পৰিচালকৰ প্ৰথম নন-ফিচাৰ চিত্ৰৰ শ্ৰেষ্ঠত্বৰ শাখাত "Mau" শীৰ্ষক মিজো তথ্যচিত্ৰৰ বাবে স্বৰ্ণ কমল বঁটা লাভ কৰিছে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!