Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: কংগ্ৰেছক প্ৰত্যাহ্বান জনাই অধিক তৎপৰ AIUDF ,এ আই ইউ ডি এফ চহৰত ধুবুৰী জিলা সমিতিৰ কাৰ্য নিৰ্বাহক সভা অনুষ্ঠিত

Dhubri Part, Dhubri | Aug 24, 2025
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে ধুবুৰী সমষ্টিৰ বিধায়ক তথা ধুবুৰী জিলা সমিতিৰ সভাপতি নজৰুল হকৰ সভাপতিত্বত ধুবুৰীত কাৰ্য্য নিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত সমাগত ২০২৬ চনৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰাৰ লগতে সাংগঠনিক কাম কাজৰ বুজ লোৱা হয়। উক্ত সভাত গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, কেন্দ্ৰীয়,জিলা আৰু সমষ্টিৰ নেতৃত্ব আৰু বিষয়ববীয়া,সদস্য সকল উপস্থিত থ
Read More News
T & CPrivacy PolicyContact Us