Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: লাহোৱালৰ নতুন আলিমুৰৰ মূল পথত প্ৰকাণ্ড গছ উভালি পৰা বন্ধ হৈ পৰিল পথ, ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰী

Dibrugarh East, Dibrugarh | Aug 22, 2025
লাহোৱালৰ পৰা টেঙাখাট সংযোগী পথত নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা ।  লাহোৱালৰ নতুন আলিমুৰৰ মূল পথত এজোপা প্ৰকাণ্ড গছ উভালি পৰাত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰী । কেইবা ঘন্টা ধৰি বন্ধ হৈ থাকিল অতি ব্যস্ততাপূন পথটো।
Read More News
T & CPrivacy PolicyContact Us