Download Now Banner

This browser does not support the video element.

চেঙা: বহৰিত হাজাৰ হাজাৰ লোকৰ জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, বিজেপিৰ নেতৃত্বত মম লৈ সমদল

Chenga, Barpeta | Sep 21, 2025
ভাৰতীয় জনতা পাৰ্টিৰ চেঙা বাউসী মণ্ডল সমিতিৰ উদ্যোগত বহৰিৰ লগতে চেঙা, বাউসী অঞ্চলৰ কেইবা সহস্ৰাধিক লোক বহৰি সত্ৰৰ সন্মুখত সমবেত হৈ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে। ইয়াৰ পিচতে জুবিন অনুৰাগী প্ৰতিগৰাকী লোকে হাতে হাতে মম লৈ বহৰি চহৰ পৰিভ্ৰমণ কৰে। জুবিন অনুৰাগী সকলে জুবিনৰ গীত গাই গাই সমগ্ৰ বহৰি চহৰ পৰিভ্ৰমণ কৰে।
Read More News
T & CPrivacy PolicyContact Us