Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: পানবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত ট্ৰাক চালকৰ মৃত্যু

Kokrajhar Part, Kokrajhar | Aug 27, 2025
বুধবাৰ দিনা দিনৰ ১.৩০ বজাত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ মহকুমাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানবাৰীত জেএচ- ১০ডিবি ৩৭৮৭ নম্বৰৰ ১৬ চকীয়া ট্ৰাক দুৰ্ঘটনা হোৱাৰ ফলত ট্ৰাক চালকৰ মৃত্যু হয়, উক্ত ট্ৰাকত চিমেণ্ট ভৰ্তি আছিল, ট্ৰাকৰ হেণ্ডিমেনৰ কোনো মতে প্ৰাণ ৰক্ষা পৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে, নিহত চালক জনৰ পৰিচয় উদ্ধাৰ হোৱা নাই, ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে
Read More News
T & CPrivacy PolicyContact Us