This browser does not support the video element.
বালিজানা: ভালুকডুবিত পথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ ৰাইজৰ
Balijana, Goalpara | Aug 27, 2025
ভালুকডুবিত পথ মেৰামতিৰ নামত ব্যাপক অনিয়মিত অভিযোগ ৰাইজৰ। নাম মাত্ৰ জিএচবি পেলাই আবণ্টিত ধন বিভাগীয় অভিযন্তা ঠিকাদাৰে আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ভালুকডুবি মেইন ৰোডৰ পৰা চেণ্ট থমাছ স্কুললৈ যোৱা পথৰ মেৰামতিৰ বাবে মুঠ ৪ লাখ ৪৬ হাজাৰ টকা আবণ্টন পাইছিল। কিন্তু ঠিকাদাৰে নাম মাত্ৰ বালি মাটি পেলাইছে। মাত্ৰ ৩০/৪০ হাজাৰ টকা খৰচ কৰি সমুদায় ধন আত্মসাৎ কৰাৰ প্ৰচেষ্টা চলাইছে।এজাক বৰষুণৰ পিছতেই এই বালি উঠি গৈ পুৰ্বৰ দৰেই হ'ব।