Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: পুজা চাবলৈ বুলি ঘৰৰ পৰা তিনি সমনীয়াৰ সৈতে যোৱা নাহৰসা‍ঁকোৰ পাৰ্থপ্ৰতিমৰ ৰহস্যজনক মৃত‍্যু, থানাত এজাহাৰ দাখিল পৰিয়ালৰ

Dibrugarh East, Dibrugarh | Oct 5, 2025
লাহোৱালৰ নাহৰসা‍ঁকো গাঁৱৰ ১৬ বছৰীয়া কিশোৰ পাৰ্থপ্ৰতিম বৰুৱাৰ মৃত‍্যুক সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে। পুজা চাবলৈ বুলি তিনি সমনীয়াৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল পাৰ্থপ্ৰতিম বৰুৱাই। কিন্তু সেই সময়তেই এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল পাৰ্থপ্ৰতিম বৰুৱাৰ। আজি ৰবিবাৰে দিনৰ ৩ বজাত পৰিয়ালৰ লোকে অভিযোগ দিয়া অনুসৰি পাৰ্থপ্ৰতিমৰ মৃত‍্যু এক পৰিকল্পিত হত‍্যাকাণ্ড
Read More News
T & CPrivacy PolicyContact Us