This browser does not support the video element.
ধুবুৰী ভাগ: তামাৰহাটত থানাৰ OC কপিল বৰাক ৰিজাৰ্ভ ক্লোজ
Dhubri Part, Dhubri | Oct 1, 2025
কপিল বৰাই তিনিজন কৈ যুৱকক থানালৈ নি কৰিছিল প্ৰহাৰ। তাৰে আজি এজনৰ মৃত্যু, ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা। মনোহৰ ৰায়ৰ মৃত্যুৰ অভিযোগত আৰক্ষী বিষয়া জনক ৰিজাৰ্ভ ক্লোজ।