Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীয়ে ধিঙ্গৰআটিতৰ পৰা ২৩ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ কৰায়ত্ত কৰিছে এটা সৰ্বৰাহকাৰী

Marigaon, Morigaon | Sep 6, 2025
লাহৰীঘাটৰ ধিঙ্গৰআটিত মৰিগাঁও আৰক্ষীৰ বিশেষ বাহিনীৰ অভিযানত ড্ৰাগছ সহ আটক এটা সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ইনামুল হক। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী ইনামুলৰ পৰা ২৩ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ জব্দ কৰে। ইনামুলে নিজ গৃহৰ পৰা ড্ৰাগছ বেহা চলাই আছিল। বৰ্তমান ড্ৰাগছ সৰবৰাহকাৰী ইনামূলক লাহৰীঘাট থানাত জেৰা অব্যাহত ৰাখিছে। উল্লেযোগ্য যে ধৃত ইনামুল ড্ৰাগছ সৰ্বৰাহৰ গোচৰত ইয়াৰ পূর্বেও ৰঙা ঘৰৰ আলহী হৈছিল।
Read More News
T & CPrivacy PolicyContact Us