Download Now Banner

This browser does not support the video element.

বাঘবৰ: সাউৰাচৰা গাঁৱত ইছলামিক মোক্তব ঘৰ ভাঙি দিলে দুৰ্বৃত্তৰ দলে, তদন্তৰ বাবে উপস্থিত আৰক্ষী

Baghbor, Barpeta | Jul 30, 2025
কলগাছিয়াৰ সাউৰাচৰা গাঁৱত আজগৰ আলী নামৰ এজন ব্যক্তিয়ে ধৰ্মীয় অনুষ্ঠান ভাঙি দিয়াৰ গুৰুত্বৰ অভিযোগ গাঁওবাসীৰ। প্ৰায় চাৰি বছৰ পূৰ্বে ইছলামিক মোক্তব সাউৰাচৰা গাঁৱত গাওঁবাসীয়ে কৰি দিছিল । সেই ধৰ্মীয় অনুষ্ঠান মোক্তব ঘৰৰ মাটি বেদখল কৰাৰ উদ্দেশ্যে উক্ত গাঁৱৰে আজগৰ আলী নামৰ এজন লোকৰ নেতৃত্বত কেইজনমান লোকে মোক্তব ঘৰতো ভাঙি দিয়ে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।
Read More News
T & CPrivacy PolicyContact Us