Install App
debabrat915
This browser does not support the video element.
ছিপাঝাৰ: ছিপাঝাৰৰ গোৱালঝাৰত খাদ্যত বিষক্ৰিয়া,চিকিৎসালয়ত ভৰ্তি কুৰি গৰাকী লোকক, চিকিৎসালয়ত উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী
Sipajhar, Darrang | Aug 24, 2025
ছিপাঝাৰৰ গোৱালঝাৰত খাদ্যত বিষক্ৰিয়া। ছিপাঝাৰ প্ৰাথমিক আৰু সামুহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে প্ৰায় কুৰিগৰাকী লোকক। ইয়াৰে অধিকাংশই মহিলা। গাঁৱৰ এঘৰত জন্মদিনৰ অনুষ্ঠানত প্ৰসাদ খাই অসুস্থ হৈ পৰে লোককেইজন। চিকিৎসকৰ তৎপৰতাত ক্ৰমান্বয়ে সুস্থ হৈছে আটাইকেইগৰাকী। চিকিৎসালয়খনত নিশা ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী উপস্থিত হৈ ৰোগীসকলৰ চিকিৎসাৰ দিশ চোৱা-চিতা কৰা দেখা গৈছে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!